26/05/2020
যেতিয়া অংকৰ ক্লাছত নোলোৱা অংক এটা উলিয়াই দিব আৰু ভুল অংক শুধৰাই সহজ ভাবে বুজাই দিব,
তেতিয়া গম পাবা তেঁৱে ৰমেশ ছাৰ।
যেতিয়া ৰাস্তাত দেখিলে তোমালে চাই সংসাৰৰ আটাইতকৈ ধুনীয়া হাঁহিটি মাৰিব,
তেতিয়া গম পাবা তেঁৱে ৰমেশ ছাৰ।
যেতিয়া ক্লাছত বাতি পেলাম বুলি চিঞৰি তোমাৰ পিঠি দুফাল কৰি দিম বুলি কয়,
তেতিয়া জানি লবা তেঁৱে ৰমেশ ছাৰ।
With our second addition from the inventory ,we bring to you the trend. With this T-shirt you are essentially purchasing a time capsule which will take you back to those adrenaline fueled mad hours you had with SMMS's beloved Romesh Sir.
In the Photo- Parvez Mustafa