Dhansrighat

Dhansrighat ধনশ্ৰীঘাত গ্ৰাম্য নগৰী, ওদালগুৰি

03/05/2026
Pride of Dhansrighat 🇮🇳✨Two young men (shukbir thapa and dhanen ) from Dhansrighat are now representing us on an interna...
30/12/2025

Pride of Dhansrighat 🇮🇳✨
Two young men (shukbir thapa and dhanen ) from Dhansrighat are now representing us on an international level.
Recently, they crossed 100,000 followers on Facebook and achieved more than 90 million views on Instagram — a truly remarkable milestone.
This achievement is not just theirs, but a moment of pride for the entire Dhansrighat community.
Many, many congratulations to both of them!
You inspire countless young minds to dream big and work hard. 👏🌍

20/09/2025

😭😭😭

20/09/2025

Jai Zubeen Da

Congratulations
13/09/2025

Congratulations

আকৌ এবাৰ উজলিল, ধনশ্ৰীঘাট নিবাসী এজন মেধাৱী/শিক্ষিত যুৱক, বি টি আৰ ৰিক্ৰুটমেণ্টৰ ভি চি-ডি চি চেক্ৰেটাৰী পদৰ পৰীক্ষাত সফল...
18/08/2025

আকৌ এবাৰ উজলিল, ধনশ্ৰীঘাট নিবাসী এজন মেধাৱী/শিক্ষিত যুৱক, বি টি আৰ ৰিক্ৰুটমেণ্টৰ ভি চি-ডি চি চেক্ৰেটাৰী পদৰ পৰীক্ষাত সফলতাৰে সুখ্যাতি লাভ কৰা মদন শৰ্মাক অভিনন্দন জ্ঞাপন কৰিছো।

Madan Sarma

আহক ফটো তুলিবলৈ Dhansrighat লৈ😊Pc: নয়ন সেন গুপ্তা ধনশ্ৰীঘাত
07/07/2024

আহক ফটো তুলিবলৈ Dhansrighat লৈ😊

Pc: নয়ন সেন গুপ্তা ধনশ্ৰীঘাত

সকলোৰে চিনাকি তথা আমাৰ ছাৰ  শ্ৰী পৰিক্ষিত ভৰালী দেৱৰ স্কুলীয়া শিক্ষক জীৱনৰ বিদায় দিন । তেখেতে ৮১ নং ধনশ্ৰী কলবাৰী প্ৰা:ব...
01/07/2024

সকলোৰে চিনাকি তথা আমাৰ ছাৰ শ্ৰী পৰিক্ষিত ভৰালী দেৱৰ স্কুলীয়া শিক্ষক জীৱনৰ বিদায় দিন । তেখেতে ৮১ নং ধনশ্ৰী কলবাৰী প্ৰা:বি ত শিক্ষা দান কৰি আহিছিল , আজি IAS ,POLICE , APSC , PHD আদিকে ধৰি বহু বহু উচ্চ পদত তেওঁৰ ছাত্ৰ ছাত্ৰী । তেওঁৰ দৰে শিক্ষক এজনক নিজৰ গুৰু হিচাপে পালোঁ আমি সকলোৱে সুখী। ছাৰক সময় মতে লগ পাই থাকিম , wishing you happy retirement 🧒

সকলোৰে চিনাকি তথা আমাৰ ছাৰ  শ্ৰী হৰিলাল শৰ্মা দেৱৰ স্কুলীয়া শিক্ষক জীৱনৰ বিদায় দিন । তেখেতে 2নং নলবাৰী hs স্কুলত শিক্ষা ...
01/07/2024

সকলোৰে চিনাকি তথা আমাৰ ছাৰ শ্ৰী হৰিলাল শৰ্মা দেৱৰ স্কুলীয়া শিক্ষক জীৱনৰ বিদায় দিন । তেখেতে 2নং নলবাৰী hs স্কুলত শিক্ষা দান কৰি আহিছিল , আজি IAS ,POLICE , APSC , PHD আদিকে ধৰি বহু বহু উচ্চ পদত তেওঁৰ ছাত্ৰ ছাত্ৰী । তেওঁৰ দৰে শিক্ষক এজনক নিজৰ গুৰু হিচাপে পালোঁ আমি সকলোৱে সুখী। ছাৰক সময় মতে লগ পাই থাকিম । wishing you happy retirement 🧒

বাপৰে বহুত গৰম
25/05/2024

বাপৰে বহুত গৰম

Address

NH15
Orang
784114

Website

Alerts

Be the first to know and let us send you an email when Dhansrighat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share