27/04/2023
লক্ষীপুৰ নতুন বজাৰত UCO Bank ৰ নিচেই কাষত অৱস্থিত আমাৰ D2 BAAZAR ত পৱিত্ৰ ৰঙালী বিহু আৰু পৱিত্ৰ ঈদ-উল-ফিটৰ উপলক্ষ্যে শ্ৰদ্ধাৰ গ্ৰাহক সকললৈ বিভিন্ন ধৰণৰ অফাৰ আগবঢ়োৱা হৈছে। আমাৰ D2 BAAZAR তৰফৰ পৰা সকলোলৈ যাঁচিলো পৱিত্ৰ ৰঙালী বিহু আৰু পৱিত্ৰ ঈদ-উল-ফিটৰৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন।