10/12/2022
এটা ডিজাইনৰ অন্তৰালৰ কিছু কথা ।আজিৰ পৰা বহু বছৰ আগত ভাবিছিলো এদিন ৰং ঘৰ টোৰ গহনা কৰিম ,হেই সময়ত ভাবি পোৱা নাছিলো কেনেকৈ কৰিম , কাৰিকৰী কৌশল কি হব,চলিদ হব নে mix hobo ne philigri hobo n বাখৰ খুৱা হব,নে বাহিৰৰ টেম্পল ডিজাইন বোৰ নিচিনা কৰোঁ নেকি মুঠতে সম্পুণ খেলিমেলি ,নিজকে পাগল পাগল লাগি গৈছিল ,মোৰ এটা অভ্যাগ হল কিবা কৰিম বুলি ভাবিলে হৈ নুথলৈ , বলিয়ালি কৰি থাকো , ডিজাইন টো কৰিম বুলি ভবাৰ পৰা লাগি জাও আকাৰ দিবলৈ ..... ৰং ঘৰ টোৰ ক্ষেত্ৰতো সেইটো হল , প্ৰায় 6 বছৰ মান আগতে ভাবি থোৱা ৰং ঘৰ , লক ডাউন অত বাৰুকৈ সোমাই পৰিলোঁ ৰং ঘৰ ৰ ডিজাইন টোৰ মাজত , অৱশেষ t mone বিচৰা দ্বিজাইন টো আকি উলিয়ালুলো,মনটো শান্ত হল কিছু পৰিমাণে ,
আচল অসুবিধা ৰৈ আছিল ,এতিয়া বনাম কেনেকৈ ,artisan জনে কলে বাইদেউ এইটো বনাব হলে আপুনি সময় দিব লাগিব , কেবা বাৰু বনাই ভাঙিব লগা হল ,depression arambho হল,,কিছু টকা পানীত পেলালো...অলপ দিনৰ কাৰণে সেইটোৰ পৰা আতঁৰি দি বেলেগ ডিজাইন কৰিব ললো ,লগতে ঠিক কৰিলোঁ যিমান ক্লিয়েন্ত আহিব তেওঁলোকক দেখুও ৱাম ,দেখুৱাই থাকিলু কিন্তু কোনেও বুজি নাপালে ,মন টো বেয়া হল ভাবিলো 1998 অৰ নিচিনা আকৌ মোৰ মৰমৰ অসম ,গুৱাহাটী এৰি গুচি যাব লাগিব নেকি,এইটোৰ বিষয়ে বেলেগ এদিন কম । এনেতে এদিন মোৰ ভাল লগা মানুহ এজনী আহিল আৰু বহু আগ্ৰহৰ মোক ডিজাইন টো বনাবলৈ কলে আৰু advance দিলে আৰু মই আকৌ লাগি পৰিলোঁ এবছৰ লাগিল কিন্তু গহনা টো সম্পুৰ্ণ কৰোঁতে 66 days lagisil
Moi ৰং ঘৰ টো ৰাজকীয় লুক দিব বিচাৰিছিলো যাতে অনা অসমীয়া মানুহ খিনীয়ে বুজি পাই যে oxomiyaru টেম্পল ডিজাইন ৰ গহনা হব পাৰে
বহুত কষ্ট কৰি কৰিছোঁ ,নকল কৰাৰ প্ৰয়াস যাতে কোনেও নকৰে ,....মোৰ fartility cult ,journey towards womanhood bohut nokol korile kintu muk tokau bhoribo loga hol . মোৰ সকলো ডিজাইন আদৰি লোৱাৰ দৰে এই ডিজাইন টোৱেও যাতে সকলোৰে আদৰ মৰম পাই ,LOVE YOU ALL
WAHEEDA JEWELLERY BOUTIQUE
আমি সোণ আৰু ৰূপেৰে সপোন ৰসু
তলত ৰং ঘৰ ৰ ৰাণী হাৰৰ ফটো
মডেল sujita
COPYRIGHT ©️ all rights reserved