Mainu Gogoi

Mainu Gogoi OM OPTICAL CINNAMARA tini-ali

চকুত চূণৰ গুৰি সোমাল(১৭-০৯-২০২৪)OM OPTICAL CINNAMARA JORHAT ゚
19/09/2024

চকুত চূণৰ গুৰি সোমাল(১৭-০৯-২০২৪)
OM OPTICAL CINNAMARA JORHAT

আজি (ইং ১২ -০৯-২০২৪ তাৰিখ) বৃহস্পতিবাৰে ৪ গৰাকী চকুৰ পাৱাৰ পৰীক্ষা কৰা ৰোগী ।ফটো এগৰাকীৰহে ৰাখিলোঁ;ব্যস্ততাৰ বাবে।     ゚...
12/09/2024

আজি (ইং ১২ -০৯-২০২৪ তাৰিখ) বৃহস্পতিবাৰে ৪ গৰাকী চকুৰ পাৱাৰ পৰীক্ষা কৰা ৰোগী ।ফটো এগৰাকীৰহে ৰাখিলোঁ;ব্যস্ততাৰ বাবে।

Sunglass & frame available here(OM Optical Cinnamara jorhat).     ゚
11/09/2024

Sunglass & frame available here(OM Optical Cinnamara jorhat).

OM OPTICAL( Cinnamara) ৰ তৰফৰ পৰা কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ
18/10/2023

OM OPTICAL( Cinnamara) ৰ তৰফৰ পৰা কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ

Shout out to my newest followers! Excited to have you onboard!DrEbrahim Ahmed, গীতাৰ্থ ৰূপক, তৃষ্ণাক্ষী বৰচেতীয়া দত্ত, ...
04/10/2023

Shout out to my newest followers! Excited to have you onboard!

DrEbrahim Ahmed, গীতাৰ্থ ৰূপক, তৃষ্ণাক্ষী বৰচেতীয়া দত্ত, Pranjal Phukan, Jyotimoi Borah, Atul Baishya, Rima Borah

17/09/2023
Eye Flu -- চকুৰ ৰঙা পৰা অসুখ ।বৰ্তমান এই ৰোগে গোটেই ভাৰতবৰ্ষ চানি ধৰিছে। কভিড'ৰ দৰে এইটো এটা ভাইৰাছ ইনফেকচন। যাৰ ডাইৰেক্...
17/08/2023

Eye Flu -- চকুৰ ৰঙা পৰা অসুখ ।
বৰ্তমান এই ৰোগে গোটেই ভাৰতবৰ্ষ চানি ধৰিছে। কভিড'ৰ দৰে এইটো এটা ভাইৰাছ ইনফেকচন। যাৰ ডাইৰেক্ট চিকিৎসা নাই । আমি ভাইৰাছবোৰ মাৰিব নোৱাৰো । কিন্তু ভাইৰাছে উৎপন্ন কৰা উপসৰ্গবোৰ দৰৱৰ দ্বাৰা বা নিজে সাৱধানতা লৈ কমাব পাৰো ।
এতিয়া জানো আহক এই ৰোগতোনো কি ? আমি দেখি থকা চকুৰ ক'লা অংশতো হৈছে কৰ্ণিয়া আৰু বগা অংশতো হৈছে কনজাকটিভা। আৰু ভাইৰাচে এই বগা অংশতে আক্ৰমণ কৰে আৰু এই বেমাৰটোক ডাক্তৰী ভাষাত কনজাকটিভাইটিচ বুলি কয় ।
এই ৰোগতো হলে চকুতো ৰঙা হৈ যাব। চকুপানী ওলাব । ফেচকুৰি ওলাব আৰু শুই উঠোতে চকুতো জাল মাৰি ধৰিব ,পটা দুখন ওখহিব ,গা বিষাব আৰু জ্বৰ জ্বৰো লাগিব পাৰে ।
আপুনি প্ৰথমে অন্য একো নকৰিব । ঠাণ্ডা পানীত চফা কপাহ ডুবাই মাজে মাজে চকুতো ধুই থাকিব ।
ফাৰ্মাচীৰপৰা দৰৱ আনি নিদিব । অতি দৰকাৰ হ'লে Carboxymethyl cellulose eye drop এটা আনি দুটোপালকৈ তিনি চাৰিঘণ্টাৰ মুৰে মুৰে দিব পাৰে । এসপ্তাহতকৈ বেছিদিন হলে ডাক্তৰৰ লগত পৰামৰ্শ কৰা ভাল । ফাৰ্মাছিৰপৰা কোনো এণ্টিবায়টিক দৰৱ আনি চকুত নিদিব । তেতিয়া চকুতো বেছি দুৰ্বলহে হ'ব । জ্বৰ জ্বৰ লাগিলে পেৰাচিটামল টেবলেট খাব পাৰে । চকুত প্ৰেচাৰ নপৰিবলৈ চানগ্লাচ ব্যৱহাৰ কৰিব।
এই ৰোগতো হাতৰদ্বাৰাই চকুলৈ যায় । কোনোবা ৰোগ হোৱা মানুহে চুই যোৱা অংশত হাত লাগিলে সেই হাতেৰে নিজৰ কাপোৰ চুলে চকুত হাত লাগিলে লগালগ বিয়পে । যিহেতু চকুত পানী বেছি হ'লে নাকেৰে ওলাই আহে ,সেই ব্যক্তিয়ে হাচি মাৰিলেও এই ৰোগ বিয়পিব পাৰে । খুব ওচৰত বহি থাকিলেও তেওৰ সৈতে স্পৰ্শ হৈ এই ৰোগ বিয়পিব পাৰে ।
গতিকে ঘনে ঘনে হাত ধোৱক । পাৰিলে চেনিটাইজাৰ ব্যৱহাৰ কৰক । ৰোগীৰ সংস্পৰ্শৰপৰা নিজকে বজাই ৰাখক । ধন্যবাদ।
ভাল লাগিলে চেয়াৰ কৰিব ।

Copied

Address

Cinnamara Tini Ali
Jorhat
785008

Telephone

+919401961534

Website

Alerts

Be the first to know and let us send you an email when Mainu Gogoi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share