qasmi Textile, Howly

Directions

qasmi Textile, Howly Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from qasmi Textile, Howly, Fabric Store, ayen mondal Road, howly, Howli.

25/10/2026
25/10/2026

🕌 এই পৃষ্ঠাত নিয়মীয়াকৈ প্ৰয়োজনীয় ইছলামিক পোষ্ট প্ৰকাশ কৰা হয়।

সেয়েহে ছোৱাবৰ নিয়তত সকলোৰে পৰা বিনম্ৰ অনুৰোধ —
Page টো Like 👍, Share 🔄, Comment 💬 কৰক
আৰু আপোনাৰ বন্ধু-বান্ধৱক Invite কৰি দ্বীনৰ এই খেদমতত অংশীদাৰ হওক।

🤲 আল্লাহে আপোনালোকক উত্তম প্ৰতিদান দান কৰক — আমিন।
https://www.facebook.com/share/1YpcLi7rkR/

আল আমীন মিছন একাডেমি, হাউলীৰ প্ৰাণপ্ৰিয় প্ৰিন্সিপাল মৰহুম আব্দুছ চবুৰ চাহাবৰ আকস্মিক বিয়োগত সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰি...
18/10/2026

আল আমীন মিছন একাডেমি, হাউলীৰ প্ৰাণপ্ৰিয় প্ৰিন্সিপাল মৰহুম আব্দুছ চবুৰ চাহাবৰ আকস্মিক বিয়োগত সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে।
তেখেতৰ অভাৱ পূৰণ কৰিব নোৱাৰি যদিও, তেখেতৰ সপোনৰ একাডেমিখনক আগুৱাই নিয়াৰ স্বাৰ্থত আজি অঞ্চলবাসীৰ এয়া প্ৰথম সিদ্ধান্ত।

আজি হাউলীত আল আমীন মিছন একাডেমিৰ স্থানীয় ৰাইজৰ উপস্থিতিত সৰ্বসন্মতিক্ৰমে পৰিচালনা সমিতি (SMC) গঠন কৰা হয়।

নৱগঠিত পৰিচালনা সমিতিৰ সদস্যসকল:
১. মুফতী শ্বামছুদ্দিন আহমেদ — সভাপতি
২. ছাহজাহান আলী আহমেদ — উপ-সভাপতি
৩. আব্বাছ আলী — প্ৰিন্সিপাল
৪. লাল মাহমুদ — উপ-সভাপতি
৫. অধিবক্তা আবুল কালাম আজাদ
৬. আলমীনা পাৰভিন
৭. শাকলিন আহমেদ
৮. আমলান বসাক
৯. আবু তাহেৰ আছাদী
১০. আব্দুছ ছাত্তাৰ
১১. ৰেহেনা বেগম

আমি অন্তৰেৰে আশা কৰোঁ, একাডেমিৰ সৈতে জড়িত প্ৰতিজন শুভাকাংক্ষীয়ে সকলো কামতে সহযোগিতাৰ হাত আগবঢ়াই মৰহুম চবুৰ চাহাবৰ স্মৃতি বিজড়িত এই প্ৰতিষ্ঠানখনক উন্নতিৰ জখলালৈ আগুৱাই লৈ যাব।

ইতি,
মুফতী শ্বামছুদ্দিন আহমেদ কাছিমী
সভাপতি, আল আমীন মিছন একাডেমি, হাউলী

Address

Ayen Mondal Road, Howly
Howli
781316

Website

Alerts

Be the first to know and let us send you an email when qasmi Textile, Howly posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category

Nearby shops