02/05/2026
কাঞ্চনপুৰৰ সেই অভিশপ্ত হাবিলৈ যোৱা প্ৰতিজন মানুহৰে একোটা কৰুণ পৰিণতি ঘটে। কিন্তু সেয়া সঁচাকৈয়ে কোনো অতৃপ্ত আত্মাৰ প্ৰতিশোধ, নে ইয়াৰ আঁৰত লুকাই আছে কোনো গভীৰ অপৰাধ?
গৱেষণাৰ বাবে অহা এদল ছাত্ৰ-ছাত্ৰী, গাঁৱৰ এক নিষিদ্ধ অৰণ্য আৰু তাৰ মাজতেই লুকাই থকা এক ভয়ংকৰ ৰহস্য। প্ৰেম, প্ৰতিশোধ আৰু তেজৰ চেকুৰাৰ এক শিহৰণকাৰী সংমিশ্ৰণ! অতি শীঘ্ৰে আহি আছে এক ক্ৰাইম-হৰৰ থ্ৰীলাৰ—কাঞ্চন।
11 likes. "KANCHAN OFFICIAL TRAILER // ASSAMESE FILM // DIGANTO SARANIA"