Panchajanya Books

Panchajanya Books Book Printer & Publisher

কবি, গল্পকাৰ, নাট্যকাৰ, জীৱনীকাৰ, পাঠ্যপুথি প্ৰণেতা আৰু হাস্যব্যংগ লেখক দণ্ডিনাথ কলিতাৰ জীৱনৰ আধাৰত লিখা উপন্যাস  “কেতেক...
05/01/2026

কবি, গল্পকাৰ, নাট্যকাৰ, জীৱনীকাৰ, পাঠ্যপুথি প্ৰণেতা আৰু হাস্যব্যংগ লেখক দণ্ডিনাথ কলিতাৰ জীৱনৰ আধাৰত লিখা উপন্যাস “কেতেকী সুৰৰ গোন্ধ“ আজিৰ পৰা অসম গ্ৰন্থমেলাত উপলভ্য হৈছে৷

বিশ্বৰ ৫০ খনতকৈও বেছি দেশ ভ্ৰমণ কৰা ড° সুনীল কুমাৰ শইকীয়াৰ ভ্ৰমণ কাহিনী মানে পঢ়ুৱৈয়ে  বিচাৰি পাই অনেক তথ্য ৷ খাদ্যৰসিক শ...
04/01/2026

বিশ্বৰ ৫০ খনতকৈও বেছি দেশ ভ্ৰমণ কৰা ড° সুনীল কুমাৰ শইকীয়াৰ ভ্ৰমণ কাহিনী মানে পঢ়ুৱৈয়ে বিচাৰি পাই অনেক তথ্য ৷ খাদ্যৰসিক শইকীয়াদেৱে কিমান যে তথ্য গোটাই ঠাইখনৰ৷ আজিৰ পৰা গ্ৰন্থখন অসম গ্ৰন্থমেলাত উপলভ্য হৈছে৷

কবি শান্তনু শৰ্মাৰ নিৰ্বাচিত কবিতাৰ সংকলন “কথন্তৰ“ আজি অসম গ্ৰন্থমেলাৰ আমাৰ বিপনীত উন্মোচন কৰা হয়৷
03/01/2026

কবি শান্তনু শৰ্মাৰ নিৰ্বাচিত কবিতাৰ সংকলন “কথন্তৰ“ আজি অসম গ্ৰন্থমেলাৰ আমাৰ বিপনীত উন্মোচন কৰা হয়৷

বিজয় ৰবি দাসৰ কাব্য সংকলন “আন্ধাৰে মেৰিয়াই বান্ধিছে তোক“ উন্মোচনৰ মুহূৰ্তত৷
03/01/2026

বিজয় ৰবি দাসৰ কাব্য সংকলন “আন্ধাৰে মেৰিয়াই বান্ধিছে তোক“ উন্মোচনৰ মুহূৰ্তত৷

03/01/2026
03/01/2026
২৮ ডিচেম্বৰ দেওবাৰে খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হৈ থকা অসম গ্ৰন্থমেলাৰ বাকৰিত ডাঃ নিতুল বৈশ্য...
29/12/2025

২৮ ডিচেম্বৰ দেওবাৰে খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হৈ থকা অসম গ্ৰন্থমেলাৰ বাকৰিত ডাঃ নিতুল বৈশ্য আৰু ডাঃ দুলুমনি কলিতাৰ দ্বিতীয়খন গ্ৰন্থ *_"স্বাস্থ্যৰক্ষাৰ হাতপুথি"_* উন্মোচন কৰা হয়। পাঞ্চজন্য বুকছৰ বিপনী নং ১৪০-ত উন্মোচিত এই গ্ৰন্থখনৰ উন্মোচনী সভাত উপস্থিত থাকে চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ স্বস্থবৃত্ত ও যোগ বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডাঃ অনিল কুমাৰ শৰ্মা, গুৱাহাটীৰ সোণাপুৰস্থিত ইনষ্টিটিউট অৱ ইউৰ'লোজি এণ্ড কিডনী ডিজিজেজ চমুকৈ আই ইউ কে ডি অৰ্থাৎ কিডনী হাস্পতালৰ মুখ্য পৰিচালন সঞ্চালক তথা মুখ্য ইউৰ'লোজি বিশেষজ্ঞ ডাঃ অৰূপ কুমাৰ নাথ, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় সংস্কৃত বিভাগৰ সহযোগী অধ্যাপক ড° ইন্দ্ৰানী ডেকা, প্ৰকাশ আলোচনীৰ উপ-সম্পাদক অৰ্চনা শইকীয়া, বিশিষ্ট ব্যংগ লেখক অশোক কুমাৰ নাথ আৰু অসম চৰকাৰৰ সহকাৰী নিয়োগ বিষয়া মনোজ দত্ত।

কবি, নাট্যকাৰ ৰাজীৱ কুমাৰ ফুকনৰ কবিতা পুথি ‘নীৰৱ উপত‍্যকা’ আৰু ‘হেঙুল ৰহণ সানি’ অসম গ্ৰন্থ মেলাত উপলভ্য হৈ আছে। ‘হেঙুল ৰ...
28/12/2025

কবি, নাট্যকাৰ ৰাজীৱ কুমাৰ ফুকনৰ কবিতা পুথি ‘নীৰৱ উপত‍্যকা’ আৰু ‘হেঙুল ৰহণ সানি’ অসম গ্ৰন্থ মেলাত উপলভ্য হৈ আছে। ‘হেঙুল ৰহণ সানি’ নাট্যশৈলীত লিখা প্ৰথম অসমীয়া কাব্য পুথি৷ ‘নীৰৱ উপত‍্যকা’ শব্দৰ মিতব‍্যয়িতাৰে জীৱন আৰু বাস্তৱৰ অৰ্থবহ ছৱিৰ কাব্যিক প্ৰকাশ৷

Address

Ist Floor, Bipul Bhawan, Near Amtran. Industrial Area, Bamunimaidam
Guwahati
781021

Website

Alerts

Be the first to know and let us send you an email when Panchajanya Books posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share