Br00tal

Br00tal ||||| Welcome To The Br00tal ||||| We Do Share For Share

05/04/2026

Fresh your Mind ignore others Mind

Ase neki
12/06/2020

Ase neki

18/05/2020
20/05/2018

Tumi যদি কাৰোবাক সচাঁ ভাল পাইছিল তেন্তে আজি tumr চকুলো নিশ্চয় ব'ব💦💦💦
Very Very Sad 💘💝Story😥😥
লৰাটোৱে🙎🏻‍♂ছোৱালীজনীলৈ👩🏻 ফোন লগালে 📞📞

🙎🏻‍♂:- Hello প্ৰিয়া....?

👩🏻:- উম....কোৱা...?

🙎🏻‍♂:- I Miss You প্ৰিয়া

👩🏻:- মইও তোমাক কালিৰ পৰা Miss কৰি আছো ...

🙎🏻‍♂:- নাজানো কিয় তোমাৰ কথা ইমান মনত আহি আছে .... (অলপ সময় ৰৈ) মই তোমাক বহুত ভাল পাওঁ .. তুমি মোক সচাকৈয়ে পোৱা নে...?

👩🏻:- উম... মোৰো বহুত মন গৈছে তোমাক কাষত পাবলৈ ..

🙎🏻‍♂:- মই Hospital 🏥ত আছো... তুমি সোনকালে আহাচোন...

👩🏻:- ( চক খাই ) কি হৈছে তোমাৰ ..? মোক এতিয়াই কোৱা ..

🙎🏻‍♂:- প্ৰিয়া plzZ নাকান্দিবা.. এবাৰ বাবে মোৰ কাষলৈ আহা... plzZ মই তোমাক বহুত Miss কৰি আছো ...
(👩🏻জনীয়ে ফোনটো কাটিলে ... লৰা লৰি কৈ গৈ ৰাজৰ ওচৰত পালেগৈ )

👩🏻:- ( বাহিৰত ৰৈ থকা ৰাজৰ👨🏻 দেউতাকক সুধিলে ) কি হৈছে ৰাজৰ..?

👨🏻:- তুমি ৰাজক চিনি পোৱা ...?

👩🏻:- হয়... ৰাজ মোৰ College ৰ Best Friend হয়...!
👨🏻:- (অলপ চাইদ হৈ) ৰাজৰ ব্ৰেইন টিউমাৰ হৈছে ... যেতিয়া তুমি ৰাজক লগ কৰিবা তাক যেন এইবোৰ একো নোকোৱা... ডাক্তৰে কোৱা মতে ৰাজ আৰু .....? (চকুলো বৈ আহে )
👩🏻:- ( তাই সকলো বুজিলে .. এইবোৰ কোনো বেয়া সপোন নহয় টো... তাইৰ চকুলো বৈ আহিল .. ৰাজৰ উচৰলৈ সোমাই গ'ল)
👩🏻:- ৰাজ কি হল তোমাৰ (একো নজনা দৰে )
🙎🏻‍♂:- অ প্ৰিয়া ... আহিলা... মই ভালেই আছো ..
👩🏻:- ( চকুলো বৈ আহিছিল যদিও নিজকে চম্ভালিলে) তুমি চিন্তা নকৰিবা তুমি সোনকালে ভাল হৈ যাবা...
🙎🏻‍♂:- ( অলপ হাঁহি ) কাইলৈ পৰা আকৌ College ত পিছত বহিম তুমি কিন্তু মোৰ ফালে ধ্যান নিদিবা ... পঢ়াত ধ্যান দিবা Okk..👩🏻:- (তাই আৰু ৰব নোৱাৰিলে .. দুগালেদি চকুলো বৈ আহিল )উমম
🙎🏻‍♂:- ( ধিলা মাতেৰে ) প্ৰিয়া ...
👩🏻:- উম কোৱা ..
🙎🏻‍♂:- তুমি মোক বহুত ভাল পোৱা
👩🏻:-(থুকা থুকি মাতে) বহুত
🙎🏻‍♂:- তুমি কান্দিছা কিয় ...?
👩🏻:-মই নাই কন্দা...
🙎🏻‍♂:- তুমি মোক সাৱতি লবানে...
(তাই সাবটি লৈ) প্ৰিয়া আজি তোমাৰ কোলাত হোৱলৈ বহুত মন গৈছে
👩🏻:- ( চকুলো মোহাৰি ) PlzZ তুমি এনেকৈ নকবা....
🙎🏻‍♂:- অলপ সময় বাবে হোৱ দিয়া... নাজানোঁ এনেকুৱা সময় কেতিয়া আহিব ... ( তাই জোৰেৰে সাৱতি ধৰে ..... অলপ সময় পিছত অনুভৱ হয় ৰাজ যেন আৰু এই পৃথিৱীত নাই ) তাই চিঞৰি কান্দিব ধৰে... তাই কান্দোন শুনি ৰাজৰ দেউতাক সোমাই আহে ... ৰাজ প্ৰিয়াৰ কোচত আৰু তাইৰো উশা চুটি হৈ আহিছে ... অলপ দেৰি পিছত প্ৰিয়াইও প্ৰাণ বায়ো এৰে... দেউতাক সিহঁতৰ ওচৰতে কান্দি কান্দি বহি পৰে.....💦💦💦💦💦💦

tumiu যদি কাৰোবাক সচাকৈ ভাল পায় তেন্তে tumr ভালপোৱা কচম এই মেচেজটো আপোনাৰ প্ৰিয় ১০জন বন্ধুক Sand কৰক... তেতিয়া tumr ভালপোৱাৰ চিৰ যুগমীয়া হব...
মোলৈও পঠিয়াব পাৰে যদিহে Best Friend বুলি ভাবে ....

29/12/2014

Go like it

📊 Your Daily Dose of Crypto Trends!
🚀 Stay ahead with real-time crypto news, expert insights, market analysis & updates from the world of blockchain.
🔔 Follow MarketxMaven for smart crypto decisions.
💼 Visit us: www.marketxmaven.com

17/04/2014

- Yuuki
17/04/2014

- Yuuki

Address

Bakalia Prakriticomputers
Diphu

Alerts

Be the first to know and let us send you an email when Br00tal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Br00tal:

Share