Sishu Sahitya Prakash

Sishu Sahitya Prakash A place for books,office stationery, DTP,printing,copying, e-shopping, mobile & TV recharges, rail,air ticketing, job&vacancy alert,online apply etc.

we are since 70's

কালপুৰুষ পূৰ্ণাঙ্গ পঞ্জিকা আহি পালে, আপোনাৰ কপিটো সংগ্ৰহ কৰক ৷
22/02/2026

কালপুৰুষ পূৰ্ণাঙ্গ পঞ্জিকা আহি পালে, আপোনাৰ কপিটো সংগ্ৰহ কৰক ৷

অসমীয়া আৰু বাংলা পূৰ্ণাঙ্গ পঞ্জিকা আহি পালে, বাংলা পঞ্জিকাৰ লগত এখন ৰঙীন কেলেণ্ডাৰ বিনামূলীয়াকৈ দিয়া হৈছে ৷
06/02/2026

অসমীয়া আৰু বাংলা পূৰ্ণাঙ্গ পঞ্জিকা আহি পালে, বাংলা পঞ্জিকাৰ লগত এখন ৰঙীন কেলেণ্ডাৰ বিনামূলীয়াকৈ দিয়া হৈছে ৷

জুবিন বৈভৱলেখকঃ মৃনাল কুমাৰ বৰাপ্ৰকাশকঃ বনলতামূল্যঃ ১৮০ টকাআমাৰ ষ্টলত পাব ৷
19/12/2025

জুবিন বৈভৱ
লেখকঃ মৃনাল কুমাৰ বৰা
প্ৰকাশকঃ বনলতা
মূল্যঃ ১৮০ টকা

আমাৰ ষ্টলত পাব ৷

জুবিন গাৰ্গৰ জগতসম্পাদনাঃ হীৰেন গোহাঁইপ্ৰকাশকঃ “বৰ্ণ”মূল্য ৪৫০ টকাআমাৰ ষ্টলত পাব ৷
19/12/2025

জুবিন গাৰ্গৰ জগত
সম্পাদনাঃ হীৰেন গোহাঁই
প্ৰকাশকঃ “বৰ্ণ”
মূল্য ৪৫০ টকা

আমাৰ ষ্টলত পাব ৷

আহি পালে, আপোনাৰ কপিটো সংগ্ৰহ কৰক !
13/11/2025

আহি পালে, আপোনাৰ কপিটো সংগ্ৰহ কৰক !

এই দুখন গ্ৰন্থ বৰ্তমান আমাৰ ষ্টলত উপলব্ধ 🙏
03/11/2025

এই দুখন গ্ৰন্থ বৰ্তমান আমাৰ ষ্টলত উপলব্ধ 🙏

Contact no. 9864850547 for Bookings !We are IRCTC Authorised E-Ticket Agent !
08/08/2025

Contact no. 9864850547 for Bookings !
We are IRCTC Authorised E-Ticket Agent !

and  NCL CERTIFICATE        NOK CERTIFICATE        OBC/SC/ST Digital CASTE CERTIFICATE        JEEVAN PRAMAN CERTIFICATE ...
24/07/2025

and NCL CERTIFICATE
NOK CERTIFICATE
OBC/SC/ST Digital CASTE CERTIFICATE
JEEVAN PRAMAN CERTIFICATE
DELAY BIRTH CERTIFICATE
DELAY DEATH CERTIFICATE
SENIOR CITIZEN CERTIFICATE ( above 60yrs of age )
AYUSHMAAN CARD ( above 70yrs. of age )

Ask for all CSC related services of Assam
24/07/2025

Ask for all CSC related services of Assam

বিস্ময়-ৰ স্ৰষ্টা শশী ফুকন আৰু নাই । তেখেতৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ । আশী আৰু নব্বৈ দশকত অসমীয়া আলোচনীৰ ক্ষেত্...
26/10/2024

বিস্ময়-ৰ স্ৰষ্টা শশী ফুকন আৰু নাই । তেখেতৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ । আশী আৰু নব্বৈ দশকত অসমীয়া আলোচনীৰ ক্ষেত্ৰত আলোড়ন সৃষ্টি কৰা বিনোদনধৰ্মী পুথি হিচাপে সকলোৱে আঁকোৱালী লৈছিল বিস্ময়খনক । আমাৰ বিপণীত এসময়ত ইং নৱবৰ্ষ, ব'হাগ বিহু আৰু পূজা সংখ্যাবোৰৰ বিক্ৰীত বিস্ময় আলোচনীখনে অভিলেখ গঢ়িছিল । সেই দিনবোৰ আজি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ ।

For booking details contact 9864850547
01/11/2023

For booking details contact 9864850547

Address

Sishu Sahitya Prakash, NH15
Dhekiajuli
784110

Opening Hours

Monday 9:30am - 8pm
Tuesday 9:30am - 3pm
Wednesday 9:30am - 8pm
Thursday 9:30am - 8pm
Friday 9:30am - 8pm
Saturday 9:30am - 8pm
Sunday 9:30am - 8pm

Telephone

+919864850547

Website

Alerts

Be the first to know and let us send you an email when Sishu Sahitya Prakash posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Sishu Sahitya Prakash:

Share

Category