Purnashilpam

Purnashilpam | Sand Animation | Live Shows | Art and Craft | Statue | Memento | Painting | Audio/Video Production। Visual art | Workshop। Internship।

Purnashilpam, meaning "filled with all the art forms", is a true confluence of diverse artistic expressions. Its core vision is to creatively represent our rich culture, traditions, civilization, and the lives of saints and reformers—both from our region and the nation as a whole—in ways that resonate with art lovers across the globe. At its heart, Purnashilpam is a journey of artistic unity, dedi

cated to spreading positivity through the medium of art. From the chronicles of history to the unheard voices of everyday people, Purnashilpam seeks to embrace and reflect all facets of human experience. Through its distinct approach, Purnashilpam aspires to make a meaningful contribution to the vast world of art and culture.

~পূৰ্ণশিল্পম্~

"পূৰ্ণশিল্পম্ এক যাত্ৰা । এই যাত্ৰা সুৰৰ। এই যাত্ৰা শিল্পৰ। শব্দ সুৰ আৰু শিল্পৰ এই জীৱনমুখী যাত্ৰা হৃদয়ৰ পৰা হৃদয়লৈ।"

এই যাত্ৰাত আমাৰ প্ৰয়াস হ’ব চৌপাশৰ যান্ত্ৰিকতা, বস্তুবাদিতা, হতাশা, হীনমন্যতা আদি আচোঁৰৰ পাছতো আমাৰ সকলোৰে বুকুৰ কোনোবা কোণত এতিয়াও জীপাল হৈ থকা সেউজীয়া সপোনবোৰৰ বুজ লোৱা, যান্ত্ৰিকতাৰ মাজতো কোনোবা নিবিড় ক্ষণত শৈশৱ সুঁৱৰি উচুপি উঠা মনবোৰ এবাৰ জুমি চোৱা, স্বাৰ্থপৰতা নেওচি মানুহৰ বাবে কান্দি উঠা মানুহৰ মনবোৰ এবাৰ স্পৰ্শ কৰি চোৱা।

"এই স্পৰ্শ শব্দেৰে, সুৰেৰে, শিল্পৰে!"

DM FOR YOUR ORDER 7896104539
16/06/2026

DM FOR YOUR ORDER
7896104539

DM FOR YOUR ORDER 7896104539
15/06/2026

DM FOR YOUR ORDER
7896104539

14/06/2026

DM to order now-7896104539

12/06/2026

Dm for your order
7896104539

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱলৈ শ্ৰদ্ধা জনাই পূৰ্ণশিল্পমৰ এটি নতুন শিল্পকৰ্ম। এইবেলি কলাগুৰু বিষ্ণুৰাভা দিৱসৰ সৈতে সংগতি...
09/06/2026

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱলৈ শ্ৰদ্ধা জনাই পূৰ্ণশিল্পমৰ এটি নতুন শিল্পকৰ্ম। এইবেলি কলাগুৰু বিষ্ণুৰাভা দিৱসৰ সৈতে সংগতি ৰাখি তৈয়াৰ কৰা এই স্মাৰকটি আপুনিও লাভ কৰিব পাৰিব। আমাৰ সৈতে যোগাযোগ কৰিবচোন।
আমাৰ ঠিকনা- পূৰ্ণশিল্পম্, ধৰ্মপুৰ পথ, বেলতলা, গুৱাহাটী।

#বিষ্ণুৰাভাদিৱস #অসম #জ্যোতিবিষ্ণু #হস্তশিল্প

09/06/2026

DM FOR INFROMATION
7896104539

08/06/2026

Address

Guwahati

Telephone

+919707296013

Website

Alerts

Be the first to know and let us send you an email when Purnashilpam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Purnashilpam:

Share