Nayan Gogoi

03/10/2024

পূজা বুলি ঘৰত ১০বাৰ মান কাপোৰৰ কথা কলো,
🙂
দিলে দিব নিদিলে নাই
শেষত পিতাই যি জোৰ কাপোৰ দিলে 😔😔 মই ভাবিচো আৰু পূজা আহিলেওঁ জীৱনট কাপোৰ কথা নকওঁ ॥

02/08/2024

🙂Single থাকি থাকি প্ৰেম কৰিবলৈ কিবা লাজ হে লগা হ'ল আৰু।🤭

29/07/2024

নম্বৰটো খুজিলেই দি দিম কিবা তুমি হে নুখুজা 🙂

28/07/2024

ধৈৰ্য ধৰি আছোঁ 🙂এটা সময়ত মোৰো ভাল দিন‌ আহিব জান ॥

26/07/2024

বিহপুৰীয়া APDCL মানুহবোৰৰ লগতে সিহঁতৰ system2 পাগল হল নিকি??
দিনত হলে current নাথাকে আৰু ৰাতি হলে voltage নাথাকে,,, complaint দিবলৈ সিহঁতৰ ফোন নং2 busy কৰি থৈ দিয়ে, তাৰপাছত সিহঁতে আকৌ স্মাৰ্ট মিটাৰ লগায়, আগতে আপোনালোকৰ systemবোৰ স্মাৰ্ট কৰক, অকল সাধাৰণ ৰাইজৰ পৰা থকা পইচা কেইটা আদায় কৰিবলে চেষ্টা কৰি থাকিলে নহব, আহিবি তহঁতি আমাৰ ইয়াত smart মিটাৰ লগাবলৈ,ভালদৰে বহিম তহঁতৰ লগত 😡😡

26/07/2024

ব্ৰত ৰখা নহল নহয় কইনা নাপাম নেকি বাৰু🙄॥

23/07/2024

তুমি নাই বাবে বিদুৰ ভাই চোৱা নাই 🥲
যোৱা বছৰ টো ৰঘুপতি একেলগে ছাইচিলো ॥

23/07/2024

কেতিয়াবা ভাবো চব বাদ দি
বহু দূৰত গুচি যাম
কিন্তু ড্ৰাইভাৰে ভাড়া বেছি লয় বোলি
বাবেহে নাযাও 🤭

20/07/2024

Ex ক দেখিলে ৰাস্তা থকা কুকুৰটোলে বৰকৈ মনত পৰে

কৰবাত দেখা পালেই মোখত পেচাব কৰি দিৱলে 😁

13/07/2024

কথা পাতিবলে বহুত মানুহ আছে।
হলেওঁ মই তোমাৰ বাবে অপেক্ষা কৰি থাকোঁ 😔

12/07/2024

বাদ দিলো এতিয়া একেবাৰে বৃদ্ধ পেঞ্চন পালেহে ৰিচাৰ্জ ভৰাম।🤭

Address

Assam
Gauhati

Telephone

+918197494538

Website

Alerts

Be the first to know and let us send you an email when Nayan Gogoi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Nayan Gogoi:

Share